চিটিগোটৰ "থোৰতে" শিতান : ফেব্ৰুৱাৰী,২০১৭
সন্মানীয় সদস্যবৃন্দ,
এইবাৰ চিঠিগোটৰ "থোৰতে" শিতান সজাবলৈ আগবাঢ়িছোঁ আমাৰ চিঠিগোটৰ সন্মানীয়া প্ৰশাসক তথা সুলেখিকা (মোৰ খুউব মৰমৰ বা) অনুপমা বৰগোহাঁই বাৰ কথাৰে৷আহকচোন পঢ়ি চাওঁ --
:)

এটা বাক্যত উত্তৰ দিয়ক -
1) জীৱন?
অ.ব:- এক নতুন যাত্ৰাৰ আৰম্ভণি
2)মৃত্যু?
অ.ব: এটা যাত্ৰাৰ সামৰণি
3)প্ৰেম?
অ.ব:- জীৱনৰ সঞ্জীৱণী
4)শব্দ?
অ.ব: ব্ৰক্ষ্ম
5) কলম?
অ.ব: সংগী
6) আপোনাৰ বাবে অনুপমা বৰগোহাঁই?
অ.ব: বুদ্ধিসত্বা
অ.ব:- এক নতুন যাত্ৰাৰ আৰম্ভণি
2)মৃত্যু?
অ.ব: এটা যাত্ৰাৰ সামৰণি
3)প্ৰেম?
অ.ব:- জীৱনৰ সঞ্জীৱণী
4)শব্দ?
অ.ব: ব্ৰক্ষ্ম
5) কলম?
অ.ব: সংগী
6) আপোনাৰ বাবে অনুপমা বৰগোহাঁই?
অ.ব: বুদ্ধিসত্বা
ব্যস্ততাৰ মাজতো সময় উলিয়াই প্ৰশ্নৰ উত্তৰবোৰ চুটিকৈ দি আমাক যি আনন্দ দিলে -- মৰমৰ বালৈ থাকিল অযুত কৃতজ্ঞতাৰ শৰাই---
Anupama Borgohain Sarada Shrestha
Anupama Borgohain Sarada Shrestha
No comments:
Post a Comment